About us

Helping hand হৈছে কেইজনমান সমাজসেৱী লোকৰ দ্বাৰা গঠিত এটা WhatsApp গোট ২০২১ চনতেই গঠন হোৱা এই গোটটিয়ে সামাজিক মাধ্যমৰ জৰিয়তে অনুদান জমা কৰি Mission books আঁচনিৰ জৰিয়তে দৰিদ্র ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়াকৈ কিতাপ প্ৰদান কৰাৰ লগতে জৰুৰী ৰোগী সকলক আৰ্থিক সাহায্য আগবঢ়ায় বিভিন্ন জনক সহায় কৰাৰ প্ৰয়াস কৰি আহিছে ।

No comments:

Post a Comment